জীৱন
জীৱন
এটি মুদ্ৰাৰ এপিঠীত তুমি,
সিপিঠীত মই ।
জানো আমি কেতিয়াও একলগ নহও,
একেলগে গই থাকিম,
মাথো অনাদি অন্ত ।
জীৱন তোমাক বুজিব বহুত টান,
তথাপি চলায় যাম
এইখন যুজ ।
তূমাক বুজা আৰু নুবুজাৰ মাজত
এদিন অস্ত যাব
জীৱন ৰ সুৰজ,
পহেলিকা লগা কথাবোৰ য়েন ৰহ্যস হৈয়ে থাকিব
এয়াই জীৱন ।
সুৰজিত বৰুৱা
Comments
Post a Comment