Posts

Showing posts with the label guwahati

আমি tape recorder আৰু CD ৰ জামানাৰ

Image
Tape Recorder গান আমাৰ মৰমৰ সংগী ,আমাৰ জীৱন ৰ প্ৰতিটো stage  ত এটি এটি গান ৰ লগত কিছুমান স্মৃতি জৰিত হৈ থাকে । এনেকুৱা কিছুমান মোৰ স্মৃতি আজি লৈ আনিছো  1.মই সৰু থাকোঁতে ৰেডিঅ ত এটা program দিছলে ,নাম আছিল phone in kalpataru, সেইটো প্ৰগ্ৰাম বহুত popular আছিল। টিভ ত rangoli আৰু chitrahar । কিন্তু chitrahar আৰু rangoli চোৱা আমাৰ কাৰণে BAN ।সেইকাৰণে radio আছিল একমাত্ৰ সংগী ।  Nostalgia  2.School t থকা সময় আমৰ এটা tap recorder  আছিল | falguni pathak,daler mehndi ,dhadkan বহুত এনেকুৱা artist বা album আছিল ।কিন্ত problem টো আছিল এখন কেছেট ত বহুত কেইটা গান থাকে কিন্তু hit হয় এটা বা দুটা ,সেইকাৰণে আমি  blank কেছেট কিনি আকু তাতে re recording কৰি এখন hit কেছেট বনাই লৈছিলো । Nostalgia 3. college ত থকা সময় ত কিছুমান গান internet  ৰ পৰা download কৰি computer ত folderwise ৰখা হৈছিল । সেইবিলাক গান লৈ tastewise এখন  CD বনোৱা হয় । Picnic,biya  ত কি গান বাজিব তাৰ কাৰণে বন্ধু বৰ্গ ৰ লগত বহুত বাৰ session ত বহিব লগীয...

গুৱাহাটি ৰ আভিজাত্য ক ভেঙুচালি

Image
Guwahati            আজি বিশ্বকৰ্মা পূজা সেইকাৰণে যেনে তেনে হলেও ৰাতিপুৱা এ চকু মেলি এ গাড়ী আৰু বাইক ৰ চাবি লৈ ৰেডি । দুবাৰ খন খুলি মন টো ভাল লাগি গল ,বতৰ ফৰকাল।পূজা ৰ দিন ত বতৰ টো গেলা হলে ভাল নালাগে। পানী ,car wash  লৈ ৰেদি,যেন যুদ্ধ ত হে যাম। এফালে শ্ৰীমতী এ মুখ টিপি টিপি হাঁহি মাৰিছে।          বাহিৰ ত ওলাই হে লাগিল লেথা ,যোৱা কালি ৰ party  টো অলপ বেছি হল চাগে , শ্ৰীমতি ক নেমু পানী ৰ ফৰমাইচে দিব লাগিব | । পিচে তথাপি কাম ফেৰা সোনকালে  কৰিব লাগিব । গাড়ী আৰু  বাইক খন হল কিবাকে তেন্তে হঠাৎ মনত পৰিল প্ৰিয় চাইকেল খন ৰ কথা ,ওলায় অনিলো বাপেক ।কিবাকে বহুত কষ্ট ৰ মূৰত কাম ফেৰা সমাপ্ত কৰিলোঁ ।         নিজে ও সোনকালে ৰেদি  হৈ যাবলৈ ওলালো । বুলেত খন ত উঠি  start  দিছিলোঁ মাত্ৰ অলপ অলপ কিন কিনিয়া বৰষুণ জাক দিব ধৰিলে । শ্ৰীমতী ই কলে raincoat যোৰ পিন্ধি লোৱা,পিচে পূজা ৰ কাপোৰ পিন্ধি আৰু  কত সেইডাল পিন্ধব পাৰি সেইকাৰ...

জীৱন

জীৱন এটি মুদ্ৰাৰ এপিঠীত তুমি, সিপিঠীত মই । জানো আমি কেতিয়াও একলগ নহও, একেলগে গই থাকিম, মাথো অনাদি অন্ত । জীৱন তোমাক বুজিব বহুত টান, তথাপি চলায়  যাম এইখন যুজ । তোমাক বুজা আৰু নুবুজাৰ মাজত এদিন অস্ত যাব জীৱন ৰ সুৰজ, প্ৰহেলীকা লগা কথাবোৰ য়েন ৰহ্যস হৈয়ে থাকিব এয়াই জীৱন ।                                                                                                                               সুৰজিত বৰুৱা                                                                          ...