Posts

Showing posts from April, 2020

আমি tape recorder আৰু CD ৰ জামানাৰ

Image
Tape Recorder গান আমাৰ মৰমৰ সংগী ,আমাৰ জীৱন ৰ প্ৰতিটো stage  ত এটি এটি গান ৰ লগত কিছুমান স্মৃতি জৰিত হৈ থাকে । এনেকুৱা কিছুমান মোৰ স্মৃতি আজি লৈ আনিছো  1.মই সৰু থাকোঁতে ৰেডিঅ ত এটা program দিছলে ,নাম আছিল phone in kalpataru, সেইটো প্ৰগ্ৰাম বহুত popular আছিল। টিভ ত rangoli আৰু chitrahar । কিন্তু chitrahar আৰু rangoli চোৱা আমাৰ কাৰণে BAN ।সেইকাৰণে radio আছিল একমাত্ৰ সংগী ।  Nostalgia  2.School t থকা সময় আমৰ এটা tap recorder  আছিল | falguni pathak,daler mehndi ,dhadkan বহুত এনেকুৱা artist বা album আছিল ।কিন্ত problem টো আছিল এখন কেছেট ত বহুত কেইটা গান থাকে কিন্তু hit হয় এটা বা দুটা ,সেইকাৰণে আমি  blank কেছেট কিনি আকু তাতে re recording কৰি এখন hit কেছেট বনাই লৈছিলো । Nostalgia 3. college ত থকা সময় ত কিছুমান গান internet  ৰ পৰা download কৰি computer ত folderwise ৰখা হৈছিল । সেইবিলাক গান লৈ tastewise এখন  CD বনোৱা হয় । Picnic,biya  ত কি গান বাজিব তাৰ কাৰণে বন্ধু বৰ্গ ৰ লগত বহুত বাৰ session ত বহিব লগীয়া হয় । বন্ধু ৰ ভিতৰত যিজন ৰ music system