জীৱন
জীৱন এটি মুদ্ৰাৰ এপিঠীত তুমি, সিপিঠীত মই । জানো আমি কেতিয়াও একলগ নহও, একেলগে গই থাকিম, মাথো অনাদি অন্ত । জীৱন তোমাক বুজিব বহুত টান, তথাপি চলায় যাম এইখন যুজ । তূমাক বুজা আৰু নুবুজাৰ মাজত এদিন অস্ত যাব জীৱন ৰ সুৰজ, পহেলিকা লগা কথাবোৰ য়েন ৰহ্যস হৈয়ে থাকিব এয়াই জীৱন । সুৰজিত বৰুৱা