Posts

Showing posts from October, 2022
Image
সাধু কথা       আজি লক্ষ্মী পূজা , এনেকুৱা সম়য় ত মহানগৰী ৰ যান্ত্ৰিকতাৰ মাজত প্ৰায় মনটো উৰি যায় গাওঁ ৰ জোনাক  সিক্ত সন্ধিয়া বিলাক ত। এইখিনি সময়ত আমি ৰৈ থাকি মা , খুৰি মাৰ পূজা কৰা চাই থাকোঁ । আবেলি ৰ পৰা পূজা ৰ যোগাৰ কৰা বিলাক চাই থাকোঁ, অলপ কিবা সহায় কৰি দিও । সন্ধিয়া  ৰ সময়ত আঁমাৰ room  টো ধুৱা ৰে ভৰি থাকে , মায়ে লক্ষ্মী ৰ পাছালি খন আওৰাই থাকে । আমি ও বহি শুনি থাকোঁ । মন টো থাকে বাহিৰ ত , নাৰিকল গছ জোপা ৰ লগত জোন টো ৰ লুকাভাকো চাই কিজে ভাল লাগে ।       আমাৰ অপেক্ষা ৰ অন্ত পেলাই আহে আমাৰ গাওঁ ৰ  সকলো ত কৈ বেছি গল্প ৰ  stock থকা ককা জন, সন্ধিয়া ৰ সময় ত তেখেত ৰ demand   বেছি হয় ,উফ কি যে মজা সাধু কয় ।  জোনাক ত মুক্ত আকাশ  ৰ তলত বেঞ্চ এখন ত বহি সাধু শুনা ৰ মাদকতা বুজাব নোৱাৰি, সাধুটো যেন আমাৰ চকুৰ সন্মুখ ত জীৱন্ত ৰূপ পাই।       সাধু টো যে part by part হে শেহ হব , ঠিক আজিকালি ৰ  serial ৰ নিচিনা । ককা জন ৰ demand বেছি কাৰণে আচলতে তেখেতে এইটো বুদ্ধি কৰিছিল ।  সাধু শেষ হোৱাৰ আগতে আমাৰ পূজা ৰ প্ৰসাদ খাব ৰ কাৰণে গাওঁ ৰ লৰা ছোৱালী খিনি আহি পায় ,আমি একেলগে প্ৰসাদ খাও । আজি ও শ