Posts

Showing posts from October, 2019

গুৱাহাটি ৰ আভিজাত্য ক ভেঙুচালি

Image
Guwahati            আজি বিশ্বকৰ্মা পূজা সেইকাৰণে যেনে তেনে হলেও ৰাতিপুৱা এ চকু মেলি এ গাড়ী আৰু বাইক ৰ চাবি লৈ ৰেডি । দুবাৰ খন খুলি মন টো ভাল লাগি গল ,বতৰ ফৰকাল।পূজা ৰ দিন ত বতৰ টো গেলা হলে ভাল নালাগে। পানী ,car wash  লৈ ৰেদি,যেন যুদ্ধ ত হে যাম। এফালে শ্ৰীমতী এ মুখ টিপি টিপি হাঁহি মাৰিছে।          বাহিৰ ত ওলাই হে লাগিল লেথা ,যোৱা কালি ৰ party  টো অলপ বেছি হল চাগে , শ্ৰীমতি ক নেমু পানী ৰ ফৰমাইচে দিব লাগিব | । পিচে তথাপি কাম ফেৰা সোনকালে  কৰিব লাগিব । গাড়ী আৰু  বাইক খন হল কিবাকে তেন্তে হঠাৎ মনত পৰিল প্ৰিয় চাইকেল খন ৰ কথা ,ওলায় অনিলো বাপেক ।কিবাকে বহুত কষ্ট ৰ মূৰত কাম ফেৰা সমাপ্ত কৰিলোঁ ।         নিজে ও সোনকালে ৰেদি  হৈ যাবলৈ ওলালো । বুলেত খন ত উঠি  start  দিছিলোঁ মাত্ৰ অলপ অলপ কিন কিনিয়া বৰষুণ জাক দিব ধৰিলে । শ্ৰীমতী ই কলে raincoat যোৰ পিন্ধি লোৱা,পিচে পূজা ৰ কাপোৰ পিন্ধি আৰু  কত সেইডাল পিন্ধব পাৰি সেইকাৰণে herogiri দেখাই ওলাই আহিলোঁ । নিজকে ঠিক hero নিচিনা লাগিছে ,চুলি খিনি ফিৰ ফিৰ কৰি উৰি আছে।অলপ দূৰ আহিছিলো হে আহিল নহয় বৰষুণ জাক বহুত জোৰত। এৰা ঠিকে কৈছিলে শ্ৰীমত