আমি tape recorder আৰু CD ৰ জামানাৰ



nostalgia
Tape Recorder


গান আমাৰ মৰমৰ সংগী ,আমাৰ জীৱন ৰ প্ৰতিটো stage  ত এটি এটি গান ৰ লগত কিছুমান স্মৃতি জৰিত হৈ থাকে ।
এনেকুৱা কিছুমান মোৰ স্মৃতি আজি লৈ আনিছো 
1.মই সৰু থাকোঁতে ৰেডিঅ ত এটা program দিছলে ,নাম আছিল phone in kalpataru, সেইটো প্ৰগ্ৰাম বহুত popular আছিল। টিভ ত rangoli আৰু chitrahar । কিন্তু chitrahar আৰু rangoli চোৱা আমাৰ কাৰণে BAN ।সেইকাৰণে radio আছিল একমাত্ৰ সংগী । 

nostalgia
Nostalgia



 2.School t থকা সময় আমৰ এটা tap recorder  আছিল | falguni pathak,daler mehndi ,dhadkan বহুত এনেকুৱা artist বা album আছিল ।কিন্ত problem টো আছিল এখন কেছেট ত বহুত কেইটা গান থাকে কিন্তু hit হয় এটা বা দুটা ,সেইকাৰণে আমি  blank কেছেট কিনি আকু তাতে re recording কৰি এখন hit কেছেট বনাই লৈছিলো ।


nostalgia
Nostalgia

3. college ত থকা সময় ত কিছুমান গান internet  ৰ পৰা download কৰি computer ত folderwise ৰখা হৈছিল । সেইবিলাক গান লৈ tastewise এখন  CD বনোৱা হয় । Picnic,biya  ত কি গান বাজিব তাৰ কাৰণে বন্ধু বৰ্গ ৰ লগত বহুত বাৰ session ত বহিব লগীয়া হয় । বন্ধু ৰ ভিতৰত যিজন ৰ music system   বেষ্ট তাৰ ঘৰতে আড্ডা টো আয়জন কৰা হয়।

        ঠিক college time তে এটা ধুমুহা আহিছিল ,নাম আছিল HIMESH RESMIYA | ৰাস্তা ,city bus,চেলুন সকলোতে অকল হিমেশ দা ই ফালি আছিল । Himesh r গান ৰ কাৰণে এটা নতুন folder কম্পিউটাৰ ত আৰু হৃদয় ত বনাব লগীয়া হল । আজিকালি আকু সেইবিলাক গান কে Recreate কৰে ।কিন্তু আপোনাৰ ,মোৰ bachpan টো Recreate কৰিব পাৰিব জানো !(Please dont take offence i am also a big fan of some of this recreation.)
           Ya Ali,আমাৰ মৰম ৰ zubeen দাই দি দিলে নহয় এটা bom hit সেইখিনি সময়তে ।গান ৰ vdo টো zubeen daক দেখা পাই গৰ্ব অনুভৱ হৈছিল ।
         Hit আহিছিল ,গৈছিল ।কিন্তু আমাৰ মৰম ৰ  zubeen da r folder কম্পিউটাৰ আৰু heart t permanent আছিল । ফ্ৰিয়েণ্ড ৰ লগত পাৰ্টি ই হওক বা freshers হওক zubeen দা mandatory  | জোনাক গলা ,ময়া ,পাখি শুনি শুনি কিমান ৰাতি লৈকে ফ্ৰিয়েন্দ ৰ লগত চাগে আপুনি ও মাৰিছে আড্ডা আৰু পতিছে জীৱন ৰ philosophical কথা ।
       
        ৰাতি ৰ এন্ধাৰ আৰু অকলশৰীয়া সময় ত সংগী হৈছিল পাপন দা ৰ জোনাকী ৰাতি । গান ৰ মাজতে বিচাৰিছিলো বহু কথা।

           কৈছিলো নহয় প্ৰতিজন মানু্হ ৰ প্ৰতিটো গান ৰ লগত থাকে কিছুমান স্মৃতি । lockdown  ৰ সময় ত আহক আমি সকলোৱে বিচাৰো এনেকুৱা কিছুমান গান। অহ আপোনালোক ৰ কি এনেকুৱা স্মৃতি আছে comment ৰ জনাবচোন ।

Comments

  1. Nostalgic. অতীতৰ কথা মনত পৰি গ'ল।

    ReplyDelete
  2. ভাস্কৰ6 April 2020 at 06:54

    এক জীয়া অনুভৱ...সুন্দৰ প্ৰকাশ.♥

    ReplyDelete
    Replies
    1. ধন্যবাদ ।ভাল লাগিলে share কৰিব ।

      Delete
  3. Nostalgia. Very well presented..

    ReplyDelete
  4. সৰু কালৰ স্মৃতি পুনৰ উজ্জীৱিত হৈ উঠিল ছাৰ। বহুত ভাল লাগিল। এনেকৈয়ে লিখি থাকিব ছাৰ।

    ReplyDelete

Post a Comment

Popular Blog

Pankaj Tripathi as We know

গুৱাহাটি ৰ আভিজাত্য ক ভেঙুচালি